Year: 2023

সোনৰ আ- অলংকাৰৰে ভৰি পৰিল মঙ্গলদৈ আৰক্ষী চকী; উদ্ধাৰ হ’ল বৃহত পৰিমাণৰ সোন

সোনৰ আ- অলংকাৰৰে ভৰি পৰিল মঙ্গলদৈ আৰক্ষী চকী; উদ্ধাৰ হ’ল বৃহত পৰিমাণৰ সোন

এখন সোনাৰীৰ দোকানতেই ১৬ লক্ষাধিক কৈয়ো অধিক সোন বিক্ৰী কৰে চোৰে।। মঙ্গলদৈ থানাত জব্দ ২৫ তোলাত কৈয়ো অধিক সোন।। সোনাৰীৰ পতি -পত্নী সহ, দুজন সোন চোৰক আটক ।। আটক কৰা চোৰ দুজন হৈছে কানাই চৌহান আৰু জয়নাল।। সোনাৰী – বিষ্ণু কৰ্মকাৰ পত্নী শিৱানী কৰ্মকাৰ।। ঘটনাৰ বিৱৰণী মতে, মঙ্গলদৈ নিকতৱৰ্তী সৰু

মৰিগাঁও ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিগাঁও ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা

চাইকেল আৰোহীক খুন্দিৱাই দলংৰ দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰী বাহি ট্ৰেভেলাৰ! ঘটনাত চাইকেল চাইকেল আৰোহী নিহত হোৱাৰ উপৰিও আহত কেইবা গৰাকী যাত্ৰী! নিহত হোৱা চাইকেল আৰোহী জনৰ নাম ৰাজু দাস! আহত যাত্ৰী কেইজনক মৰিগাঁও ধৰমতুল ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা অব্যাহত থকা বুলি জানিৱ পৰা গৈছে ! দুৰ্ঘটনা সংঘটিত হোৱা

ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

গুৱাহাটী,১২ ডিচেম্বৰঃ ঘোষণা কৰা হ’ল ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন। ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১২ জানুৱাৰীত। আজি এই কথা ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৱাহাটীস্থ কাৰ্যালয়ত মঙলবাৰে এখন সংবাদমেল সম্বোধন

প্ৰাঞ্জল প্ৰতীম দত্তৰ ‘অন দ্য হুইল : শিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’ উন্মোচন

প্ৰাঞ্জল প্ৰতীম দত্তৰ ‘অন দ্য হুইল : শিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’ উন্মোচন

গুৱাহাটী,১২ ডিচেম্বৰঃ সততে পৰ্যটক নোযোৱা অৰুণাচল প্ৰদেশৰ কিছুমান বিশেষ দুৰ্গম অঞ্চললৈ নিজে গাড়ী চলাই ঘূৰি ফুৰা তিনিচুকীয়াৰ প্ৰাঞ্জল প্ৰতীম দত্ত এজন ভ্ৰমণ পিয়াসী যুৱক। উত্তৰ পূৰ্ৱাঞ্চলৰ মনোৰম প্ৰকৃতিৰ আকৰ্ষণত ক’ৰ্পৰেট খণ্ডৰ লোভনীয় চাকৰি এৰি ঘূৰি অহাৰ পাছত দত্তই প্ৰকৃতি আৰু পৰ্যটন ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। দেশ-বিদেশৰ বিভিন্ন পৰ্যটকক

সাংবাদিকৰ সৈতে লখিমপুৰৰ নৱনিযুক্ত জিলা আয়ুক্তৰ বাৰ্তালাপ

সাংবাদিকৰ সৈতে লখিমপুৰৰ নৱনিযুক্ত জিলা আয়ুক্তৰ বাৰ্তালাপ

লখিমপুৰ,১২ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ নৱনিযুক্ত জিলা আয়ুক্ত গায়ত্রী হ্যালিংগেই জিলাখনৰ সাংবাদিক, সংবাদকৰ্মী সকলৰ সৈতে এক সৌহাদ্যপূৰ্ণ বার্তালাপ অনুষ্ঠানত মিলিত হয়। জিলাখনৰ সাংবাদিক সকলে জিলা আয়ুক্তগৰাকীক জিলালৈ স্বাগতম জনোৱাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। সাংবাদিক সকলে জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰাৰ লগতে সমস্যাসমূহৰ বিষয়ে অৱগত