ক্রাইম ব্রাঞ্চৰ অভিযানঃ গ্ৰেপ্তাৰ কামৰূপ(ম) উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য সহায়কসহ এজনক

0 min read
  • শুকুৰবাৰে নিশা গুৱাহাটীৰ বামুণীমৈদামত ক্রাইম ব্রাঞ্চৰ অভিযান।
  • কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য সহায়কক গ্রেপ্তাৰ।
  • ধৃত মুখ্য সহায়কজনৰ নাম ছৰিফউদ্দিন আহমেদ।
  • ভূমি নথি জাতিয়াতিৰ গোচৰত গ্রেপ্তাৰ ছৰিফউদ্দিন আহমেদক।
  • বামুণীমৈদামৰ ভাস্কৰ নগৰৰ পৰা গ্রেপ্তাৰ।
  • ভুৱা নথিৰে ভূমি পঞ্জীয়ন কৰিছিল ছৰিফউদ্দিন আহমেদে।
  • মৃত লোকৰ নাম ব্যৱহাৰ কৰি প্রস্তুত কৰিছিল ভূমি বিক্রীৰ ভুৱা নথি।
  • অধিবক্তা জাকিৰ ওজাৰ সৈতে মিলি প্রস্তুত কৰিছিল ভুৱা নথি।
  • ক্রাইম ব্রাঞ্চত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ।
  • দুয়োজনকে জেৰা অব্যাহত ৰাখিছে ক্রাইম ব্রাঞ্চে।
  • ডেৰ বছৰ পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল ছৰিফউদ্দিনে।

You May Also Like

More From Author