বেছিকৈ চাবোন ব্যৱহাৰ নকৰিব! কোমল ছালৰ ৰহস্য কি জানি লওক…

1 min read

আজি আপোনালোকক কম বলিউদৰ জনপ্ৰিয় অবিনেত্ৰী দীপিকা পাডুকনৰ কথা। পেছাদাৰী প্ৰয়োজন আৰু চলচ্চিত্ৰ চৰিত্ৰৰ বাবে যিমান দামী সাজ-পোছাক পৰিধান কৰিলেও কিন্তু ব্যক্তিগত জীৱনত দীপিকাৰ সাজ-পোছাক ইমান গ্লেমাৰাছ নহয়। প্ৰশ্ন হয় যে দীপিকাই ছালৰ যত্নৰ কিদৰে লয়। কেতিয়াও দীপিকাৰ মুখৰ সৌন্দৰ্য্যৰ ৰহস্য প্ৰকাশ হোৱা নাই। কিন্তু দীপিকা ছালৰ সৌন্দয্যৰ গোপন কথা আছে। বহুতে হয়তো নাজানে যে দীপিকাই চাবোন ব্যৱহাৰ নকৰে। চাবোনে ছালখনক ৰুক্ষ কৰি তোলে। খৰখৰীয়া হৈ পৰে। গতিকে চাবোন ব্যৱহাৰৰ পৰা আঁতৰি থাকে।

চাবোন লগোৱা নকৰিলেও দীপিকাই লুফা ব্যৱহাৰ কৰে। ইতিমধ্যে লুফা ছালৰ বাবে এটা ভাল উপাদান। দীপিকাৰ দৰে বহুতে লুফা ব্যৱহাৰ কৰে। কিন্তু দীপিকাই কেৱল লুফাহে ব্যৱহাৰ কৰে। ই ছালৰ সকলো মৃত কোষ আঁতৰাই পেলায়।

ছালৰ সৌন্দৰ্য্য পুনৰ ঘূৰাই আনিবলৈ লুফা এবিধ অতি উপযোগী পদাৰ্থ। কিন্তু লুফা ব্যৱহাৰ কৰাৰ আগতে এবাৰ গৰম পানীত তিয়াই লোৱাটো জৰুৰী। লুফা নেটিং যথেষ্ট শক্তিশালী। ব্যৱহাৰৰ আগতে পানীত তিয়াই দিলে কোমল হৈ পৰে। ছালৰ ক্ষতি হোৱাৰ কোনো আশংকা নাই।

You May Also Like

More From Author