নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল:–মিচিং জনগোষ্ঠীৰ সাজপাৰৰ এখন বিপনী সোমবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী শেনছোৱাত মুকলি কৰা হয়। মিচিং লোকসকলৰ সাজপাৰক অধিক জনমুখী কৰাৰ প্ৰয়াসৰে এই বিপনীখন মুকলি কৰা হৈছে । বিপনীখনত মিচিং জনগোষ্ঠীৰ সাজৰ উপৰি মুগা কাপোৰৰ সাজপাৰ উপলব্ধ হ’ব। বিপনীখন সোমবাৰে আনুষ্ঠানিকভাৱে নিয়মৰ মাজেৰে মুকলি কৰে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ
Month: April 2024
দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উন্নাও-হৰদয় পথত এখন তীব্ৰবেগী ট্ৰাক আৰু এখন বাছৰ মাজত হয় সংঘৰ্ষ। মুখামুখি সংঘৰ্ষত বাছখনৰ সোঁফালটো টুকুৰা-টুকুৰ হৈ পৰে। অভাৰটেক কৰিবলৈ যাওতে ট্ৰাকখনে বাছখনক খুন্দা মাৰে। এই দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন যাত্ৰী আহত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ
নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:– “জাতীয় উৎসৱ বিহুৰ জৰিয়তে কেৱল আনন্দ উল্লাস আৰু সমাজ জীৱনৰ ঐক্য- সংহতিৰ মূৰ্ত প্ৰকাশ ঘটাই নহয়,সৰ্বাত্মক ৰূপত জাতিটোক সমৃদ্ধ কৰা সকলো উপাদান আৰু সৃষ্টি সম্ভাৰ বিহুৰ বুকুতে সংপৃক্ত হৈ থাকে ।”—এই মন্তব্য জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাৰ। ৰবিবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাজ জামুগুৰিৰ মহিলা সমাজ আৰু যুৱক বৃন্দৰ
নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:– ঢোল, পেপা-গগণাৰ মাতত উদুলি-মুদুলি নগাঁও জিলাৰ উৰিয়াগাঁৱৰ ঐতিহাসিক খেলপথাৰ । নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান “গান্ধাৰ”ৰ উদ্যোগত যোৱা ২ এপ্ৰিলৰ পৰা ১২এপ্ৰিললৈ উৰিয়াগাঁৱত “সদৌ অসম বিহুৰ আখৰা–২০২৪”ৰ আয়োজন কৰা হৈছিল। উৰিয়াগাঁও ৰাজহুৱা খেলপথাৰত লোকশিল্পী প্ৰয়াত বিষ্ণুৰাম মেধিৰ সোঁৱৰণত উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ১১ দিনীয়া বিহু নাচ,জেং বিহু,বিহু নাম,ঢোল
নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:–গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ সভাকক্ষত ৰবিবাৰে আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফল আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে যোগাচাৰ্য্য শুভাশীষ ক’ৰে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মনোমোহা নৃত্য-গীতে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলাৰ লগতে বিশিষ্ট