ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে

1 min read

শনিবাৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত আহিছিল ভয়ংকৰ ধুমুহা। ভিন্নপ্ৰান্তত আহিছিল বৰষুণৰ লগতে ধূলিৰ ধুমুহা।

পুনৰ ৰাজ্যৰ কেইবাখনো জিলা Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

দক্ষিণ শালমৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও, ডিমা হাচাও, কাছাৰ, হাইলাকান্দিত জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Yellow Alert জাৰি কৰা জিলা সমূহত বৰষুণৰ লগতে ভয়ংকৰ গতিত আহিব ধুমুহা।

You May Also Like

More From Author