কাজিৰঙাত দ খাৱৈত বাগৰি পৰিল নৈশ বাছ…

1 min read

কাজিৰঙাৰ ৰাজপথত বুধবাৰে মাজনিশা সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে ক্ৰিটি নামৰ এখন নৈশ বাছ৷

কাজিৰঙাৰ কহঁৰা পেট্ৰল পাম্পৰ সমীপত দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ এএছ১২ই৯৩৮১।

দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই যদিও আহত হয় বহুলোক৷

নিশা প্ৰায় ১২ বজাত সংঘটিত এই পথ দুৰ্ঘটনা৷

তেজপুৰৰ পৰা তিনিচুকীয়া লৈ যাত্ৰা কৰিছিল নৈশ বাছখনে।

You May Also Like

More From Author