শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ দোষীক শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল

0 min read
শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ দোষীক শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল।

জাতীয় সংগঠনৰ উজনিৰ পৰা, ৭ দিন সময় সীমা বান্ধিন দিলে। দল সংগঠনে

বংগমূলীয় মুছলমানৰ বিপক্ষে শিৱসাগৰত দল সংগঠনৰ উত্তাল প্ৰতিবাদ।

শিৱসাগৰৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ।

শিৱসাগৰৰ পৰা দোষীক এনকাউন্টাৰৰ দাবী তুলিলে দল সংগঠনে ৷

মিঞাৰ বিৰুদ্ধেও মাৰবান্ধি থিয় দিলে জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতেই শিৱসাগবাসীয়ে।

দশম মান শ্ৰেণীৰ এগৰাকী নাবালিকাক তিনিটা নৰপিশাচে কৰা ধৰ্ষণৰ ঘটনাই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।

শিৱসাগৰত ধিং কাণ্ডৰ কিশোৰীক ন্যায় প্ৰদাণ আৰু ঘটনাৰ সৈতে জড়িতক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদকাৰি।

শিৱসাগৰৰ পৰা বহিৰাগতৰ লগতে মিঞাকো বাহিৰ কৰাৰ হুংকাৰ।

You May Also Like

More From Author