Month: August 2024

স্বামী আৰু পৰিয়ালে হত্যা কৰিলে ন- বোৱাৰীক!

স্বামী আৰু পৰিয়ালে হত্যা কৰিলে ন- বোৱাৰীক!

মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন-বোৱাৰীক হত্যাৰ অভিযোগ। যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে শাৰীৰিক নির্যাতন চলাই বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলাম নামৰ যুৱকজনে সাত মাহ পূর্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকীৰ সৈতে। বিয়াৰ পিছৰে পৰা স্বামী আৰু তেওঁৰ পৰিয়ালে বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক

নগাঁৱৰ পুৰণিগুদামত কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ কৰ্মশালাৰ সফল সামৰণি

নগাঁৱৰ পুৰণিগুদামত কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ কৰ্মশালাৰ সফল সামৰণি

নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই :–নগাঁও জিলাৰ পুৰণিগুদামৰ কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ (যি শিল্পই সাঁচিপাত প্ৰস্তুতৰ পৰা আৰম্ভ কৰি হেঙুল-হাইতাল আদি ৰঙেৰে ছবি অঁকালৈকে বুজাইছে) কৰ্মশালাখনিৰ যোৱা ৰবিবাৰে সামৰণি পৰে । এই উপলক্ষে অশ্বিনী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই

নগাঁৱৰ বঢ়মপুৰত উপ-জিলা সদৰ কাৰ্যালয় স্থাপনৰ দাবীত বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ স্মৰাক পত্ৰ

নগাঁৱৰ বঢ়মপুৰত উপ-জিলা সদৰ কাৰ্যালয় স্থাপনৰ দাবীত বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ স্মৰাক পত্ৰ

নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:–ৰাজ্যত বিধানসভা ভিত্তিত উপ-জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনকলৈ আৰম্ভ হৈছে মতভেদ। চৰকাৰী পক্ষই ৰাইজৰ সুবিধাজনক স্থানৰ বিপৰীতে নিজ ইচ্ছামতে সদৰ কাৰ্যালয় স্থাপনৰ যো-জা চলাইছে বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ৰাজ্যৰ অনান্য উপ-জিলাৰ সমান্তৰালকৈ বঢ়মপুৰ

নাৰিকল উন্নয়ন ব’ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত এদিনীয়া কৰ্মশালা সম্পন্ন

নাৰিকল উন্নয়ন ব’ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত এদিনীয়া কৰ্মশালা সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:–নাৰিকল উন্নয়ন ব’ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত বুধবাৰে কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ সভাগৃহত নাৰিকল কৃষি ব্যৱস্থা আৰু মূল্য সংযোজন বিষয়ৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মূৰব্বী ড° নিৰঞ্জন ডেকাই কয় যে আমাৰ সমাজত অতি প্ৰাচীন কালৰ পৰা খাদ্য

নগাঁৱৰ বঢ়মপুৰৰ হালোৱাগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ চমকপ্ৰদ সফলতা

নগাঁৱৰ বঢ়মপুৰৰ হালোৱাগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ চমকপ্ৰদ সফলতা

নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:– নগাঁওজিলাৰ বঢ়মপুৰৰ হালোৱাগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য পৰিৱেশনৰ জৰিয়তে চমকপ্ৰদ সফলতা লাভ কৰিছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় “সংস্কৃতি সংগ্ৰাম” মহোৎসৱত উজলিল নগাঁৱৰ হালোৱাগাৱঁৰ এই ৰাজনীল ডেন্স একাডেমী। নগাঁও জিলাৰ বঢ়মপুৰৰ হালোৱাগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ ১২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে “সংস্কৃতি সংগ্ৰাম” মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিবলৈ সক্ষম