প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা প্ৰেমিকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। ২৭ জুনত ভুক্তভোগীৰ পৰিয়ালে ডিগবৈ থানাত দাখিল কৰিছিল এজাহাৰ। গোচৰ ৰুজুৰ পৰিৱৰ্তে দুয়োপক্ষৰ মাজত বুজাবুজিৰ বাবেহে উঠি-পৰি লাগিছিল আৰক্ষী। এই সমগ্ৰ প্ৰক্ৰিয়াৰ দায়িত্বত আছিল ডিগবৈ থানাৰ SI বিতু শইকীয়া। দুয়োপক্ষৰ মাজত বুজাবুজি হোৱা দেখুৱাই অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে।
ডিগবৈ থানাৰ SI বিতু শইকীয়াক ৰিজাৰ্ভ ক্ল’জড; অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জড
Posted on by GTM Desk
1 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024