ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সমাগত উপ-নির্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখি মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে বঙাইগাঁও আৰু চিদলী সমষ্টিত একোখনকৈ বিশাল জনসভাৰে ব্যাপক প্ৰচাৰ চলায়। বঙাইগাঁও সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটব প্রার্থী দিপ্তীময়ী চৌধুৰী আৰু চিদলী সমষ্টিত মিত্ৰ দলৰ প্রার্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমর্থনত আয়োজিত এই জনসভালৈ ব্যাপক উপস্থিতিৰে জনসাধাৰণে
Month: November 2024
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে দেশ জোকাঁৰি যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম এজন অভিযুক্ত ৰঞ্জিত কাকতিয়ে। ট্ৰেডিং FXৰ জৰিয়তে কোটি কোটি টকা আত্মসাত কৰি আৰক্ষীৰ জালত পৰা ৰঞ্জিত কাকতিক যোৱা বুধবাৰে জামিন প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি
চাপৰৰ বিভিন্ন স্থানত কালি পূজাৰ গয়না লৈ একাংশ লোকে চলাই আছিল জুৱাৰ আড্ডা এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চাপৰৰ বিভিন্ন স্থানত চলাইছিল অভিযান আৰক্ষী অহাৰ উমান পাই জুৱাৰী সকলে পলাই পত্ৰং দিয়ে উল্লেখ্য যে কালি পূজাৰ গয়না লৈ বিভিন্ন
২৪ ঘণ্টা নহওঁতেই চাপৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বাইকখন আৰক্ষী অহাৰ উমান পাই চাপৰৰ ধীৰঘাটত বাইক থৈ পলায়ন কৰে চোৰে উল্লেখ্য যে চাপৰ বজাৰৰ মাজমজিয়াৰ পৰা চাপৰৰ বাসিন্দা মতিয়ৰ ৰহমানৰ AS-19-F-4791 নম্বৰৰ গ্লেমাৰ বাইকখন চুৰি হয় তাৰ পিছতে ঘটনা সন্দৰ্ভত ব্যক্তি গৰাকীয়ে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে এজাহাৰৰ ভিত্তিত
মঙলবাৰে নিশা গুৱাহাটী ক্লাৱত উপস্থিত হৈ নিৰ্মীয়মান উৰণ সেতুৰ কামৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মীয়মান উৰণ সেতুৰ কাম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘লোক নিৰ্মাণ বিভাগে পূৰ্বৰ পৰাই গছ কটাৰ সিদ্ধান্ত লোৱা নাছিল। গছ উঠাই নি আন এটা ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা ওলাইছে। দীঘলীপুখুৰীৰ গছ কটাও নহয়,