Month: November 2024

আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

যোৰহাট আইন মহাবিদ্যালয়ৰ পঞ্চম ষন্মাসিকৰ এগৰাকী ছাত্ৰীয়ে জিলাখনৰ এটা ব্যক্তিগত হোষ্টেলত আত্মহত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । দেৰগাঁও ৰজাবাহাৰৰ আইনৰ পঞ্চম ষন্মাসিকৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যায় এক দীঘলীয়া টোকা । য’ত এজন যুৱকৰ সৈতে থকা দীঘলীয়া প্ৰেম আৰু পৰৱৰ্তী সময়ত হোৱা সংঘাতৰ কথা উল্লেখ

যোৰহাটত ‘ছুপাৰি কিলাৰ’ লগাই স্বামীক হত্যাৰ ষড়যন্ত্ৰ পত্নীৰ!

যোৰহাটত ‘ছুপাৰি কিলাৰ’ লগাই স্বামীক হত্যাৰ ষড়যন্ত্ৰ পত্নীৰ!

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু কথা।  প্ৰকৃততে মঙলবাৰে প্ৰসেনজিত বৰুৱা নামৰ লোকজনৰ ওপৰত চলা আক্ৰমণ আছিল পূৰ্বপৰিকল্পিত। পত্নীয়ে ছুপাৰি দি হত্যা চেষ্টা চলাইছিল প্ৰসেনজিতক। প্ৰসেনজিতৰ পত্নীয়ে স্বামী প্ৰাণে মৰাৰ বাবে ১৫ হাজাৰ টকা প্ৰদান কৰিছিল যুৱকজনক। ইতিমধ্যে আক্ৰমণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে। যোৰহাটৰ শ’লমৰাৰ চাঞ্চল্যকৰ ঘটনাৰ নতুন মোৰ।

যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহ*ত্যা!

যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহ*ত্যা!

▶️দেৰগাঁও নাৰীকলগুৰিৰ নিবাসী সঞ্জীৱ বৰাৰ কন্যা প্ৰিয়ঙ্গনা বৰাৰ আত্মহত্যা। ▶️যোৱা নিশা যোৰহাট আটিলা গাঁৱৰ ভাড়া ঘৰত যোৰহাট আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰী প্ৰিয়ঙ্গনা বৰাই আত্ম হত্যা কৰাকলৈ দেৰগাঁৱত অঞ্চলজুৰি এক শোকৰ পৰিবেশ। RELATED STORY ▶️বৰ্তমানলৈকে আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও তেওঁৰ পিতৃ আৰু মাতৃৰ ভাষ্য মতে

ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ

ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ

ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ দীপাৱলীৰ নিশা দেৱানবাৰী গাঁৱত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা দুই ভাতৃৰ বাৰ্বী ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগিছিল জুই লগাৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দোকানৰ ভিতৰত আছিল সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়লৈ অনা হৈছিল দেওবাৰে পাপু দাসৰ মৃত্যু হোৱাৰ পিছত আজি