Month: November 2024

হাজাৰ গুণ বৃদ্ধি পাইছে শনিৰ শক্তি, এই ৭ ৰাশিৰ জাতক-জাতিকাৰ খুলিব সৌভাগ্যৰ দুৱাৰ

হাজাৰ গুণ বৃদ্ধি পাইছে শনিৰ শক্তি, এই ৭ ৰাশিৰ জাতক-জাতিকাৰ খুলিব সৌভাগ্যৰ দুৱাৰ

শনিৰ সাড়ে সতীয়ে আপোনাৰ জীৱন দুৰ্বিষহ কৰি পেলাব পাৰে। জানি লওক কোপদৃষ্টিত কোন কোন ৰাশিৰ অমংগল হ’ব। শনিৰ এই অৱস্থানত কঁপিব বিশ্বব্ৰহ্মাণ্ড। এই ৫ ৰাশিয়ে কঁপাব ত্ৰিভুৱন। খুলিব সৌভাগ্যৰ দুৱাৰ। ব্যৱসায়ত হ’ব মালামাল। শেষ হ’ব অশুভ সময়। শনিৰ কৃপাত ত্ৰিভুৱন কঁপাব এই ৩ ৰাশিয়ে। চাকৰি ব্যৱসায়ত হ’ব জয়জয় ময়ময়। মেষ

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী, জটিল ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত মানিলে হাৰ জিএমচিএইচৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ। এবছৰীয়া পুত্ৰৰ প্ৰথমটো জন্মদিনতে মাতৃবিয়োগৰ এই ঘটনাই মৰ্মাহত কৰিছে পৰিয়ালৰ লগতে আত্মীয়-স্বজনক। ডাঃ অনিন্দিতা পাটোৱাৰীৰ একমাত্ৰ সন্তানটোৰ নাম

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ভয়ংকৰ ঘটনা!

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ভয়ংকৰ ঘটনা!

প্ৰথমে মানসিক নিৰ্যাতন তাৰ পিছত বন্ধুৰ সৈতে মিলি শাৰীৰিকভাৱে আক্ৰমণৰ অচেষ্টা কিশোৰীগৰাকীক। এই ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৰঙিয়াৰ উদিয়ানাৰ বাহাৰুল ইছলাম হাইস্কুলৰ চৌহদ।   প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাই বাবেই এগৰাকী কিশোৰীৰ লগত সংঘটিত হ’ল ভয়ংকৰ ঘটনা। প্ৰথমে মানসিক নিৰ্যাতন তাৰ পিছত বন্ধুৰ সৈতে মিলি শাৰীৰিকভাৱে আক্ৰমণৰ অচেষ্টা কিশোৰীগৰাকীক।

কৌন বনেগা কৰৌৰপটিত উজ্বলিল তেজপুৰৰ ত্ৰিতীঃ বিগ বিক দিলে টাইকোৱানডোৰ টিপছ!

কৌন বনেগা কৰৌৰপটিত উজ্বলিল তেজপুৰৰ ত্ৰিতীঃ বিগ বিক দিলে টাইকোৱানডোৰ টিপছ!

চনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ কৌন বনেগা কৰৌৰপটিত জিলিকিল এগৰাকী অসম কন্যা। নিজৰ দৃঢ়তা, একাগ্ৰতা আৰু বৌদ্ধিক দক্ষতাৰে এই জনপ্ৰিয় শ্ব’টোত প্ৰশংসা বুটলে ত্ৰিতী ৰঞ্জনা নামৰ অসমৰ এগৰাকী কিশোৰীয়ে। বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনে সঞ্চালনা কৰা কৌন বনেগা কৰৌৰপটিৰ ছিজন ১৬ৰ জুনিয়ৰ শাখাত হটচিটলৈ নিৰ্বাচিত হোৱাৰ পিছত ত্ৰিতীয়ে ১৩ টা প্ৰশ্নৰ