Year: 2024

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী, জটিল ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত মানিলে হাৰ জিএমচিএইচৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ। এবছৰীয়া পুত্ৰৰ প্ৰথমটো জন্মদিনতে মাতৃবিয়োগৰ এই ঘটনাই মৰ্মাহত কৰিছে পৰিয়ালৰ লগতে আত্মীয়-স্বজনক। ডাঃ অনিন্দিতা পাটোৱাৰীৰ একমাত্ৰ সন্তানটোৰ নাম

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ভয়ংকৰ ঘটনা!

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ভয়ংকৰ ঘটনা!

প্ৰথমে মানসিক নিৰ্যাতন তাৰ পিছত বন্ধুৰ সৈতে মিলি শাৰীৰিকভাৱে আক্ৰমণৰ অচেষ্টা কিশোৰীগৰাকীক। এই ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৰঙিয়াৰ উদিয়ানাৰ বাহাৰুল ইছলাম হাইস্কুলৰ চৌহদ।   প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাই বাবেই এগৰাকী কিশোৰীৰ লগত সংঘটিত হ’ল ভয়ংকৰ ঘটনা। প্ৰথমে মানসিক নিৰ্যাতন তাৰ পিছত বন্ধুৰ সৈতে মিলি শাৰীৰিকভাৱে আক্ৰমণৰ অচেষ্টা কিশোৰীগৰাকীক।

কৌন বনেগা কৰৌৰপটিত উজ্বলিল তেজপুৰৰ ত্ৰিতীঃ বিগ বিক দিলে টাইকোৱানডোৰ টিপছ!

কৌন বনেগা কৰৌৰপটিত উজ্বলিল তেজপুৰৰ ত্ৰিতীঃ বিগ বিক দিলে টাইকোৱানডোৰ টিপছ!

চনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ কৌন বনেগা কৰৌৰপটিত জিলিকিল এগৰাকী অসম কন্যা। নিজৰ দৃঢ়তা, একাগ্ৰতা আৰু বৌদ্ধিক দক্ষতাৰে এই জনপ্ৰিয় শ্ব’টোত প্ৰশংসা বুটলে ত্ৰিতী ৰঞ্জনা নামৰ অসমৰ এগৰাকী কিশোৰীয়ে। বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনে সঞ্চালনা কৰা কৌন বনেগা কৰৌৰপটিৰ ছিজন ১৬ৰ জুনিয়ৰ শাখাত হটচিটলৈ নিৰ্বাচিত হোৱাৰ পিছত ত্ৰিতীয়ে ১৩ টা প্ৰশ্নৰ

ঘৰৰ বনকৰা যুৱতীৰ সৈতে মিলি এজন পিতৃয়ে সংঘটিত কৰিলে জঘন্য কাণ্ড!

ঘৰৰ বনকৰা যুৱতীৰ সৈতে মিলি এজন পিতৃয়ে সংঘটিত কৰিলে জঘন্য কাণ্ড!

ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। অভিযোগ অনুসৰি ঘৰৰ বনকৰা যুৱতীৰ সৈতে ষড়যন্ত্ৰ ৰচি পিতৃয়ে অপহৰণ কৰিলে নিজৰেই ৫ বছৰীয়া কনমানিক।গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এই জঘন্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। জানিব পৰা মতে বেলতলা বজাৰৰ পৰা মাতৃৰ কাষৰ পৰা ঘৰৰ বনকৰা যুৱতীগৰাকীয়ে কন্যা