আম আদমি পার্টী, অসমে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত এই তৎপৰতা চূড়ান্ত পর্য্যায়ত আছে আৰু এই প্রক্রিয়াত অহা দেওবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ নির্বাচন পৰিচালনা সমিতি খন গঠন কৰা হ’ব। এই উপলক্ষে চান্দমাৰিৰ শিক্ষক ভৱনত দিনৰ ১১ বজাৰ পৰা এখনি সাংগঠনিক সভা অনুষ্ঠিত
Year: 2024
অচিৰে আদালতত সশৰীৰে উপস্থিত হ’ব লাগিব বাংলা অভিনেত্রী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহান। ফ্লেট প্ৰতাৰণা কাণ্ডত এই নির্দেশনা জাৰি কৰিলে আলিপুৰ ন্যায়িক আদালতে। পূর্বে আলিপুৰ আদালতে বছিৰহাটৰ সাংসদগৰাকীক উক্ত গোচৰৰ শুনানিৰ সময়ত আদালতত উপস্থিত হ’বলৈ নির্দেশ দিছিল। কিন্তু এই নির্দেশক প্রত্যাহ্বান জনাই নুছৰত ন্যায়িক আদালতত দ্বাৰস্থ হৈছিল। কিন্তু ন্যায়াধীশৰ
আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰলৈ সক্রিয় বায়ুসেনাৰ বৈমানিক যুৱতী মিছ আমেৰিকা নিৰ্বাচিত হ’ল। ২২ বছৰীয়া মেডিছন মার্চে ২০২৪ বৰ্ষৰ মিছ আমেৰিকাৰ খিতাপ জয় কৰিলে। মেডিছনে মিছ ৱৰ্ল্ড ২০২৪ত আমেৰিকাত প্রতিনিধিত্ব কৰিব। খিতাপ জয়ৰ পাছত এক সাক্ষাৎকাৰত মেডিছনে এইদৰে ক’লে, ‘সবাতোকৈ আনন্দৰ কথাটো হ’ল যে এই খিতাপ জয় কৰা মই হ’লো প্রথম সক্রিয়
মেষ ৰাশি: আজি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দুৰ্বল বিষয়বোৰ অধ্যয়ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকিব আৰু তেওঁক বাহিৰত খোৱা-বোৱা পৰিহাৰ কৰিবলৈ ক’ব, অন্যথা তেওঁৰ পেটৰ লগত জড়িত কিবা সমস্যা হ’ব পাৰে। পত্নীৰ
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য সামান্য হ্ৰাস পাইছে। শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত WTI খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে আৰু প্ৰতি বেৰেলত ৭৩.৮৯ ডলাৰ বিক্ৰী হৈছে। একে সময়তে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৮.৯৬ ডলাৰ হৈছে। ইফালে দেশৰ তেল বিপণন কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ শেহতীয়া হাৰ মুকলি কৰিছে। ভাৰতত