১২০ দিন নহয় যাত্ৰাৰ ৬০ দিন পূৰ্বেহে কৰিব পাৰিব টিকট বুকিং। ১ নবেম্বৰৰ পৰা সলনি হ’ব নিয়ম।
Year: 2024
আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি লিখন বৰুৱা। মাতৃলৈ ৪ পৃষ্ঠাজোৰা চিঠি লিখি নিজ ঘৰৰ পৰা নিৰুদ্দেশ লিখন বৰুৱাৰ। প্ৰায় ১০ দিন পূৰ্বে ঘৰৰ পৰা নিৰুদ্দেশ হৈছে লিখন বৰুৱা। ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ ৰহমৰীয়াত ঘৰ লিখন বৰুৱাৰ। ২০২১ত অসম জাতীয় পৰিষদৰ হৈ অৱতীৰ্ণ হৈছিল নিৰ্বাচনত। লাহোৱাল সমষ্টিৰ পৰা নিৰ্বাচনত কৰিছিল প্ৰতিদ্বন্দ্বিতা।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মানৱতা বিৰোধী অপৰাধৰ অভিযোগ। ছাত্ৰ আন্দোলনৰ সময়ত হিংসাৰ আশ্ৰয় লোৱাৰ অভিযোগ হাছিনাৰ বিৰুদ্ধে। লগতে মানৱ অধিকাৰ উলংঘনৰ অভিযোগতো অভিযুক্ত হৈছে হাছিনা। উল্লেখ্য যে হাছিনা এতিয়াও ভাৰতৰ আশ্ৰয়তে আছে। কিন্তু গ্ৰেপ্তাৰী পৰোৱানা জাৰিৰ পাছত হাছিনাক আশ্ৰয় দিয়াটো হ’ব পাৰে প্ৰত্যাহ্বান। দুয়ো দেশৰ ৰাজনৈতিক-কূটনৈতিক সম্পৰ্কতো প্ৰভাৱ পেলোৱাৰ আশংকা।
India is on the cusp of a transformative journey, driven by one of the world’s youngest and most dynamic populations. As the global economy rapidly evolves, the demand for a skilled workforce has become paramount. Recognizing this, the Indian government has launched a series of transformative initiatives aimed at equipping
বুধবাৰে ঘোষিত এই প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা ৰেখা পাণ্ডে আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে গুজৰাটৰ আয়ুষী ধোলাকিয়াই। উল্লেখ্য যে, ১৬ অক্টোবৰত মুম্বাইৰ ফেমাছ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে।