Month: April 2025

বাংগালুৰুত ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন; কণ্ঠশিল্পী জুবিন গাৰ্গ-আচুৰ্য বৰপাত্ৰ-হৰ্পল শ‍ইকীয়াক আমন্ত্ৰণ

বাংগালুৰুত ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন; কণ্ঠশিল্পী জুবিন গাৰ্গ-আচুৰ্য বৰপাত্ৰ-হৰ্পল শ‍ইকীয়াক আমন্ত্ৰণ

অহা ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ বাংগালুৰুত ব’হাগ বিহু অনুষ্ঠানৰ আয়োজন কৰিছে আছাম ছ’চাইটি অৱ বাংগালুৰুৱে ১৯৮২ত স্থাপিত অৰাজনৈতিক তথা সামাজিক-সাংস্কৃতিক অনুষ্ঠান আছাম ছ’চাইটি অৱ বাংগালুৰুৱে এইবাৰ ২৪ সংখ্যক ব’হাগ বিহুৰ আয়োজন কৰিছে৷এই বিহু অনুষ্ঠানলৈ উদ্যোক্তাই অনুষ্ঠান পৰিবেশনৰ বাবে জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, আচুৰ্য বৰপাত্ৰ আৰু হৰ্পল শইকীয়াক আমন্ত্ৰণ জনাইছে। এই

পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ সফল সামৰণি,গুৱাহাটীক শ্ৰেষ্ঠ দলৰ সন্মান

পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ সফল সামৰণি,গুৱাহাটীক শ্ৰেষ্ঠ দলৰ সন্মান

গুৱাহাটী , ৭ এপ্ৰিল ঃ ৪ ৰ পৰা ৬ এপ্ৰিললৈ দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল ফিল্ডত অনুষ্ঠিত হয় পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপ । দেওবাৰে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক প্ৰণৱ শ‌ইকীয়া, গুৱাহাটী ৰোল বল সন্থাৰ সভাপতি দীপক নাথ, অসম