উৰুকাৰ বজাৰত আপুনি বহুত ডাঙৰ-ডাঙৰ, দামী-দামী মাছ দেখিলে। ৫০ কেজি ওজনৰ মাছৰ পৰা আৰম্ভ কৰি ৩০ হাজাৰ টকীয়া মাছ দেখিলে আপুনি। কিন্তু আজি আমি আপোনাক দেখুৱাম এটা ১৩২ কেজি ওজনৰ মাছ। হাইলাকান্দি চহৰতলীৰ বেচিক চাৰিআলি বজাৰত ওলাল ১৩২ কিলোগ্ৰাম ওজনৰ এটা বৃহৎকায় মাছ। হাইলাকান্দিৰ স্থানীয় লোকে মাছটোক বাঘ মাছ বুলি
Year: 2025
নতুন দিল্লী, ১৪ জানুৱাৰী ঃ ভাৰতীয় মহিলা দলে নতুন দিল্লীত আৰম্ভ হোৱা প্ৰথম খো খো বিশ্বকাপত অভিলেখ গঢ়ি বিশাল জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে৷ মঙলবাৰে নিশা ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত হোৱা খেলত ভাৰতীয় মহিলা খো খো দলে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অনবদ্য প্ৰদৰ্শন কৰি ১৭৫-১৮ গ’লৰ ব্যৱধানত জয়ৰে প্ৰতিযোগিতাত চমকপ্ৰদ আৰম্ভনি
উৰুকাৰ দিনটোতেই এগৰাকী যুৱতীৰ মৃত্যুৱে জোকাৰিছে গুৱাহাটী। গুৱাহাটীত পুনৰ এগৰাকী যুৱতীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। মহানগৰীৰ পূব শৰণীয়াৰ ভাৰাঘৰত চৰম পন্থা গ্ৰহণ কৰি মৃত্যুক সাবটিলে যুৱতীগৰাকীয়ে। ভাৰাঘৰত অকলশৰে থকা অৱস্থাত এই সিদ্ধান্ত গ্ৰহণ কৰে তেওঁ। মৃত যুৱতীগৰাকীক ঈশা ভৰালী (২২) বুলি চিনাক্ত কৰা হৈছে। যুৱতীগৰাকীৰ ঘৰ বিশ্বনাথ চাৰিআলিত। এটা ব্যক্তিগত
প্ৰতি মাহৰ দৰে ২০২৫ চনৰ জানুৱাৰী মাহতো সূৰ্য্যই এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গতি কৰিব। এই জানুৱাৰী মাহত সূৰ্য্য মকৰ ৰাশিলৈ স্থানান্তৰিত হ’ব। ২০২৫ চনৰ নতুন বছৰৰ প্ৰথম মাহত অৰ্থাৎ জানুৱাৰী মাহত মকৰ ৰাশিত সূৰ্য্যৰ ৰাশি পৰিৱৰ্তন বিত্তীয় দিশৰ পৰা আৰম্ভ কৰি শাৰীৰিক আৰু পেছাদাৰী জীৱনলৈকে কিছুমান ৰাশিৰ বাবে
Guwahati, January 11: Anuradha Roy, a talented young woman from Guwahati, is set to represent India at the Miss India World Wide pageant in New York in September 2025. Anuradha recently won the prestigious inaugural title of Miss India Poland 2024, along with the Miss Photogenic award, at a beauty