মহানগৰ: ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ লওতে বাছে মহটিয়াই নিলে মহিলাক!
- মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
- লালমাটিত এখন বাছে মহটিয়াই নিলে এগৰাকী মহিলাক।
- এই পৰ্যন্ত চিনাক্ত হোৱা নাই নিহত মহিলাগৰাকী।
- ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ লওতেই সংঘটিত এই দুৰ্ঘটনা।