পানকার্ডৰ সৈতে আধাৰ সংলগ্ণৰ সীমা ৩০ জুনলৈ বৃদ্ধি

পানকার্ডৰ সৈতে আধাৰ সংলগ্ণৰ সীমা ৩০ জুনলৈ বৃদ্ধি

পান কার্ডৰ সৈতে আধাৰ সংলগ্ণৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে৷ আজি আয়কৰ বিভাগে এই ঘোষণা কৰিছে৷ উল্লেখ্য যে পানকার্ডৰ সৈতে আধাৰ সংলগ্ণৰ অন্তিম সীমা আছিল ৩১ মার্চ৷ আজি এই সময়সীমা উকলি যোৱাৰ পূর্বে আয়কৰ বিভাগে পান কার্ডৰ সৈতে আধাৰ সংলগ্ণৰ অন্তিম সময় ৩১ জুনলৈ সম্প্রসাৰণ কৰিলে৷ তাৎপর্যপূর্ণ যে ঘাতক ক’ভিড–১৯ মহামাৰীৰ বাবেই জনগণে অসুবিধাৰ সন্মুখীন হোৱাৰ ফলশ্রুতিত এই সময়সীমা সম্প্রসাৰণ কৰা হৈছে বুলি আয়কৰ বিভাগে প্রকাশ কৰিছে৷
Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.