24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল ! দিল্লীৰ মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব গুৱাহাটীত …

Assamese Newsঅসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল ! দিল্লীৰ মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাব গুৱাহাটীত ...

২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো ৰাজনৈতিক দলৰ বাবে অগ্নিপৰীক্ষা পঞ্চায়ত নিৰ্বাচন ৷ সেয়ে কোনো ৰাজনৈতিক দলে এতিয়া সহজে লোৱা নাই আগন্তুক পঞ্চায়ত নিৰ্বাচন ৷

আন আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ এইবাৰ পোন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ভুমুকি মাৰিব আম আদমি পাৰ্টিয়ে ৷ আম আদমি পাৰ্টিৰ নেতা অৰিবন্দ কেজৰিৱালৰ আগমনেৰে আৰম্ভ হ’ব অসমত আপৰ পঞ্চায়ত নিৰ্বাচনী কুচকাৱাজ ৷ শেহতীয়াকৈ দিল্লীত ৰাজ্যিক বিষয়ববীয়াৰে অনুষ্ঠিত এক বৈঠকৰ পাছতে অসমলৈ অহাৰ কথা স্পষ্ট কৰিছে অৰবিন্দ কেজৰিৱালে ৷ গুৱাহাটীৰ জনসভাৰ পৰাই কেজৰিৱালে বজাব নিৰ্বাচনী ৰণ দুন্দুভি ৷ মাৰ্চৰ প্ৰথম সপ্তাহত অসমলৈ আহিব আম আদমি পাৰ্টিৰ প্ৰতিষ্ঠাপক গৰাকী ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!