20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

শোকাৱহ ঘটনা, কাপোৰ মেলিবলৈ গৈ পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি কৰুণ মৃত্য়ু ছাত্ৰীৰ

Assamese Newsশোকাৱহ ঘটনা, কাপোৰ মেলিবলৈ গৈ পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি কৰুণ মৃত্য়ু ছাত্ৰীৰ

পাঠশালাৰ কৃষ্ণনগৰত শোকাৱহ ঘটনা। পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি এগৰাকী ছাত্ৰীৰ মৃত্যু।

মৃত ছাত্ৰীগৰাকীৰ নাম ৰিশিতা দাস বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ ঘৰ বজালীৰ বাঘমাৰাত।

ছাত্ৰীগৰাকী পাঠশালা কৃষ্ণকান্ত সন্দিকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল।

কাপোৰ মেলি দিবলৈ গৈ ছাঁদৰ পৰা পৰি মৃত্যু হয় ছাত্ৰীগৰাকীৰ। পাঠশালাৰ কৃষ্ণনগৰৰ ধীৰেন চৌধুৰীৰ ঘৰত পেয়িং গেষ্ট হিচাপে আছিল।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!