22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ভগৱানে শুভ সংবাদৰ ইংগিত কেনেকৈ দিয়ে!! আধ্যাত্মিক বাৰ্তা

Assamese Newsভগৱানে শুভ সংবাদৰ ইংগিত কেনেকৈ দিয়ে!! আধ্যাত্মিক বাৰ্তা

ভাল দিন আহিলে ভগৱানে দিয়ে পূৰ্ব সংকেত :-
ব্যাক্তি বিশেষৰ জীৱনলৈ ভাল দিন অথৱা শুভ মুহূৰ্ত অহাৰ পূৰ্ব সংকেত ভগৱানে নিশ্চয়কৈ প্ৰেৰণ কৰে। কিন্তু এই সংকেত সমূহ মানুহে উপলব্ধি নকৰাৰ বাবেহে বঞ্চিত হব লগা হয় শুভ দিন বা শুভ সংবাদৰ পৰা। এই শুভ সংবাদ সমূহ হল :-
১) যদি আপোনাৰ ঘৰলৈ বেছিকৈ ভীক্ষাৰী লোকৰ আগমন ঘটিছে জানিব যে আপোনাৰ ভাল দিন সমাগত। সেয়ে আপোনাৰ ঘৰলৈ অহা ভীক্ষাৰীক যেনেকৈ হলেও সেৱা কৰাৰ পৰা বিৰত নাথাকিব। কাৰণ ভীক্ষাৰীৰ ৰূপত ভগবান আহে আৰু ভীক্ষাৰীক সন্তুষ্ট কৰিলে ভগবান সন্তুষ্ট হয়। ভগৱানে পৰীক্ষা চাই যে আপুনি ভীক্ষাৰীক কেনে ব্যৱহাৰ কৰিছে । আৰু ভীক্ষাৰীক ভালদৰে সন্তুষ্ট কৰিলে ঘৰৰ অপাই অমংগল দূৰ হয়।
২) যদিহে আপোনাৰ বাৰীত বান্দৰৰ আগমন ঘটিছে তেন্তে জানিব নিশ্চিত ভাল খবৰ । আৰু এই বান্দৰক কেতিয়াও নেখেদি কিবা এটি খাবলৈ দি প্ৰণাম কৰিহে বিদায় দিব। এনে কৰিলে হনুমান সন্তুষ্ট হয় আৰু ভক্তক দুহাতেৰে আশীৰ্বাদ কৰে। ফলত ঘৰৰ সুখ শান্তি সমৃদ্ধি বৃদ্ধি হব কাৰণ বান্দৰ হৈছে ভগবান শ্ৰী ৰামচন্দ্ৰ ৰ দূত। ভগৱানে আপোনাৰ ওচৰলৈ এই বান্দৰক পঠিয়াই পৰীক্ষা চাই। সেয়ে বান্দৰক তুষ্ট কৰিলে ভগবান ৰামচন্দ্ৰৰ আশীষ পাব।
৩) যদিহে আপুনি পাহাৰ পৰ্বত বগাই যোৱা সপোন দেখিছে তেন্তে জানিব আপোনাৰ জীৱনৰ বেয়া আৰু অমংগল দিনবোৰ পাৰ হৈ গৈছে আৰু ভাল সময়ৰ আগমন হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!