26.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

AAP Assam: গুৱাহাটীৰ জল বিস্ফোৰণ সন্দৰ্ভত মানৱ ধিকাৰ আয়োগত গোচৰ দাখিল…

Assamese NewsAAP Assam: গুৱাহাটীৰ জল বিস্ফোৰণ সন্দৰ্ভত মানৱ ধিকাৰ আয়োগত গোচৰ দাখিল...

গুৱাহাটীৰ খাৰঘূলিত সংঘটিত হোৱা জল বিস্ফোৰণ ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগত গোচৰ দাখিল কৰিলে আম আদমী পাৰ্টিয়ে।

বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আজি ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ত স্মাৰক পত্ৰ দাখিল কৰে দলটোৱে। আম আদমী পাৰ্টিৰ এটা সজাতি দলে আয়োগৰ সদস্য শান্তনু ভৰালীক সাক্ষাৎ কৰি ঘটনা সন্দৰ্ভত স্মাৰকপত্ৰ দাখিল কৰাৰ লগতে এক গোচৰ ৰুজু কৰে।

উল্লেখ্য, বৃহস্পতিবাৰে খাৰঘূলিত গেমন জাইকাৰ মেইন লাইনৰ পাইপ বিস্ফোৰণ হোৱাৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। এই ঘটনাত প্ৰায় ৪০ টা কৈ বাসগৃহ ধ্বংস হোৱাৰ লগতে বহু বাহনৰো ক্ষতিগ্ৰস্ত হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!