অভয়াপুৰী কাকৈজানা শোলমাৰি চ’কত সংঘটিত হয় এক পথ দুৰ্ঘটনা

1 min read

আজি আবেলি সংঘটিত হোৱা দূৰ্ঘটনাৰ ফলত বাইক আৰোহী ২ জন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। সিদলসতী দিশৰ পৰা গৈ থকা AS01 GC 9349 নম্বৰৰ বলে’ৰ পিক আপ ভেন হঠাৎ ব্ৰেক মাৰে আৰু পিছে পিছে আহি থকা দুচকীয়া বাহন খনে নিয়ন্ত্ৰণ হেৰাই গাড়ী খনত খুন্দা মাৰে ফলত দুজন বাইক আৰোহী গুৰুতৰ ভাৱে অাহত হয়। আহত আৰোহী দুজন তুলুঙীয়াৰ নবিন ৰায় আৰু অক্ষয় ৰায় বুলি চিনাক্ত কৰে স্থানীয় ৰাইজে।
স্থানীয় ৰাইজৰ তৎৰ্পতাত ১০৮ ৰ সহায়ত আহত দুজনক বঙাইগাও অসামৰিক চিকিৎসালয়ত প্ৰেৰন কৰে।

 

অভয়াপুৰীৰ পৰা তপন ৰাজবংশীৰ প্ৰতিবেদন ।

You May Also Like

More From Author