তেজপুৰৰ মৰাভৰলীৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা
তেজপুৰৰ মৰাভৰলীৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত বাইকেৰে খুন্দিয়াই নিহত ছাত্ৰ
নিহত ছাত্ৰজনৰ নাম ইমাম আলী
তেজপুৰ মহাবিদ্যালয়ৰ স্নাতকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল ইমাম
গুৱাহাটী টাইমচ
তেজপুৰৰ মৰাভৰলীৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত বাইকেৰে খুন্দিয়াই নিহত ছাত্ৰ
নিহত ছাত্ৰজনৰ নাম ইমাম আলী
তেজপুৰ মহাবিদ্যালয়ৰ স্নাতকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল ইমাম