এংগেজমেণ্টৰ পিছতে প্ৰেয়সীৰ সৈতে আচুৰ্যই শ্বেয়াৰ কৰিলে ফটো, লিখিলে এই কথা
কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই আৰম্ভ কৰিলে জীৱনৰ আন এক ইনিংছ।
মীনাক্ষি বৰঠাকুৰৰ সৈতে সোমবাৰে হৈ গ’ল আচুৰ্যৰ আঙঠি পিন্ধোৱা পৰ্ব।
কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই শ্বেয়াৰ কৰিলে নিজৰ এংগেজমেণ্টৰ ফটো।
প্ৰেয়সীৰ সৈতে এংগেজমেণ্টৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আচুৰ্যই।
আচুৰ্য আৰু মীনাক্ষিৰ যুটীলৈ বিভিন্নজনে জনাইছে শুভকামনা।