26.2 C
Assam
Monday, August 8, 2022

Featured News

নগাঁৱৰ গোমোঠাগাঁৱত ৯বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

নিউজ ব্যুৰ',নগাঁও,৬আগষ্ট:--নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ...

BTR CEM Pramod Boro Lauds NTPC GEM Initiative

On Friday, BTR CEM Pramod Boro interacted...

অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা…

Assamese Newsঅসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা...

অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা…

সন্মুখত অসম বিধানসভা নিৰ্বাচন।

বৃহস্পতিবাৰে অসম গণ পৰিষদে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা।

৬ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অগপই।

ৰহা- বিষ্ণু দাস।

দলগাঁও- হবিবৰ ৰহমান।

কৰিমগঞ্জ দক্ষিণ- আজিজ আহমেদ খান।

আলগাপুৰ- আপ্তাবুদ্দিন লস্কৰ।

যমুনামুখ- ছাদ্দিকুল্লা ভূঞা।

পাথাৰকান্দি- ছাব্বিৰ আহমেদ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: