অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা…

1 min read

অসম গণ পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা…

সন্মুখত অসম বিধানসভা নিৰ্বাচন।

বৃহস্পতিবাৰে অসম গণ পৰিষদে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা।

৬ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অগপই।

ৰহা- বিষ্ণু দাস।

দলগাঁও- হবিবৰ ৰহমান।

কৰিমগঞ্জ দক্ষিণ- আজিজ আহমেদ খান।

আলগাপুৰ- আপ্তাবুদ্দিন লস্কৰ।

যমুনামুখ- ছাদ্দিকুল্লা ভূঞা।

পাথাৰকান্দি- ছাব্বিৰ আহমেদ।

You May Also Like

More From Author