28.3 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

হাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল আলিকাষৰ আফচানা য়াচমিনৰ

Assamese Newsহাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল আলিকাষৰ আফচানা য়াচমিনৰ

কামৰূপ, 6 জুনঃ শুকুৰবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷

হাই মাদ্ৰছা পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান দখল কৰি কামৰূপ জিলালৈ গৌৰৱ কঢ়িযাই আনিছে আলিকাষৰ আফচানা য়াচমিনে ৷

আফচানা শিঙিমাৰী আলিকাষ বামুণবুড়ী হাইমাদ্ৰাছাৰ ছাত্ৰী ৷

মুঠ 552 নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে আফচানাই ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: