Advertisement

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল দেবিস্মা প্ৰিয়া বৰাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল  দেবিস্মা প্ৰিয়া বৰাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখলেৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়ালে দেবিস্মা প্ৰিয়া বৰাই ৷

দেবিস্মাই সৰ্বমুঠ 600 নম্বৰৰ ভিতৰত 591 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে এফাঁকি গান গুনগুনালে দেবিস্মা প্ৰিয়াই

Shahnawaz Hamza

Related