ক’ভিডৰ বাবে মহা অম্বুবাচী মেলা বাতিল

1 min read

ক’ৰোনা মহামাৰীৰ এই বিভীষিকাময় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিগত বর্ষৰ দৰে এইবাৰো শক্তিপীঠ কামাখ্যা ধামত বাতিল কৰা হৈছে মহা অম্বুবাচী৷ কেৱল পৰম্পৰাগত ধর্মীয় নীতি–নিয়মেৰে মন্দিৰ পৰিসৰত ২২ জুনৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী৷

বৃহস্পতিবাৰে মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় বুলি কামাখ্যা মন্দিৰৰ সৰুদলৈ কবীন্দ্রপ্রসাদ শর্মাই জানিবলৈ দিয়ে৷ Source: Niyomiya Barta

You May Also Like

More From Author