অতিমাত্ৰা উত্তেজনাই আপোনাক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে…

অতিমাত্ৰা উত্তেজনাই আপোনাক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে…

২০১২ চনত আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি বাৰাক অবামা এখন ৰেষ্টুৰেণ্টত হঠাৎ প্ৰৱেশ কৰাৰ বাবে তাত উপস্থিত থকা এজন বৃদ্ধৰ উত্তেজনাতে মৃত্যু হৈছিল। ক্ৰিকেট বিশ্বকাপ চাই চাই একে কাৰণত মৃত্যু হোৱাৰ লক্ষণো আছে। যদিও সেই বাতৰিবোৰ সময়ত বিয়পি পৰিছিল, কিন্তু অধিক উত্তেজনাৰ সংকটৰ বিষয়ে সজাগতা সৃষ্টি কৰা হোৱা নাই।

হৃদচিকিৎসকে জনাইছে যে অত্যাধিক ভয় আৰু মানসিক চাপৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে। কিবা এটা হঠাৎ দেখি অত্যাধিক উত্তেজিত হৈ পৰিলে ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ বৃদ্ধি হ’ব পাৰে। যিটো হৃদযন্ত্ৰ আৰু মস্তিষ্কৰ বাবে অতি ক্ষতিকাৰক। আনকি অতি শান্ত অৱস্থাৰ পৰা হঠাৎ এক উত্তেজনাপূৰ্ণ পৰিস্থিতি হ’লেও, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ব পাৰে।

GTM Desk

Related