21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

বিবাহপাশত আবদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ; চাওক video

Assamese Newsবিবাহপাশত আবদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ; চাওক video
  • সোমবাৰে গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসগৃহত অনুষ্ঠিত হয় বিবাহৰ অনুষ্ঠান।

  • বিবাহপাশত আবদ্ধ হ’ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ।

  • সোমবাৰে গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসগৃহত অনুষ্ঠিত হয় বিবাহৰ অনুষ্ঠান।

  • দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে সাত জনমৰ বাবে একেলগে থকাৰ প্ৰতিজ্ঞা ল’লে আচুৰ্যই।

  • ২ মাৰ্চত অনুষ্ঠিত হ’ব আচুৰ্যৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান।

  • আচুৰ্যৰ বিয়াত সখীৰ ৰূপত দেখা গ’ল অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক।

  • সোমবাৰে ধুমধামেৰে বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত এতিয়া ২ মাৰ্চত হ’ব অভ্যৰ্থনা অনুষ্ঠান।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!