অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল:অসম জাতীয় পৰিষদ,ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ

অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল:অসম জাতীয় পৰিষদ,ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ

অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমলৈ আহি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।

ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এই কথা জানিবলৈ দিছে।

এই সন্দৰ্ভত দুয়োটা দলৰ নেতৃত্বৰ কেজৰিৱালৰ সৈতে যোগাযোগ চলি আছে।

GTM Desk

Related