ক’ভিডৰ পূৰ্বে চুমি বৰা আছিল তেনেই সাধাৰণ ছোৱালী

ক’ভিডৰ পূৰ্বে চুমি বৰা আছিল তেনেই সাধাৰণ ছোৱালী

উদয়পুৰৰ ৰাজকীয় বিয়ালৈ গৈ হতবাক হৈ পৰিছিল অধ্যাপিকাগৰাকী। বিশ্ববিদ্যালয়ত থকা সময়ত চুমিক সহায় কৰিছিল অধ্যাপিকাগৰাকীয়ে। নিজৰ স্ক’লাৰশ্বিপৰ ধনো চুমিক দি দিছিল ড০ ৰূপলেখা বৰবৰাই। পলাতক অভিনেত্ৰী চুমি বৰা সন্দৰ্ভত মন্তব্য শিক্ষাগুৰুৰ।

Shahnawaz Hamza

Related