ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটীৰ একাডেমীক ডীনৰ পদত্যাগ

ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটীৰ একাডেমীক ডীনৰ পদত্যাগ

পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা ডীন কে ভি কৃষ্ণৰ। শেহতীয়াকৈ ধাৰাবাহিকভাৱে IIT গুৱাহাটীত শিক্ষাৰ্থীয়ে আত্মহনন কৰিছে। আত্মহননৰ বাবে পঢ়াৰ অত্যধিক বোজাকেই দায়ী কৰিছে শিক্ষাৰ্থীয়ে। ক্ষুব্ধ শিক্ষাৰ্থীসকলে ধাৰাবাহিকভাৱে আৰম্ভ কৰিছে প্ৰতিবাদ। সেই প্ৰতিবাদৰ পাছতেই IIT গুৱাহাটীৰ একাডেমীক ডীনৰ পদত্যাগ।

Shahnawaz Hamza