‘বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়…’- চুমি বৰা

‘বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়…’- চুমি বৰা

‘বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়। বিশাল ফুকনৰ ইনভেষ্টৰ কোন হয় মই কাকো চিনি নাপাওঁ, নাজানোঁ…’- চুমি বৰা

ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগতো মোৰ ভাল নহয়, ভাল হোৱা হ’লে আজি মোৰ এই অৱস্থা নহয়। সবেই মোক চিনি নাপাওঁ বুলি কৈছে দেখোন। তেনে মানুহে মই ক’লো বুলিয়ে পইচা ইনভেষ্ট কৰিব নেকি? মোৰ জীৱনটো ইনেই থকা জীৱন নহয় বুলি দাবী চুমি বৰাৰ।

GTM Desk