যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শংকৰজ্যোতি বৰুৱা…

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শংকৰজ্যোতি বৰুৱা…

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শংকৰজ্যোতি বৰুৱা। এগৰাকী যুৱতীয়ে আনিছিল নিৰ্যাতনৰ গুৰুতৰ অভিযোগ।

Shahnawaz Hamza