দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে আতিশী মাৰ্লেনাই; দিল্লীৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে আতিশীয়ে
🔵 উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই পাঠ কৰায় শপত বাক্য
🔵 আন পাঁচগৰাকী বিধায়কেও শপত গ্ৰহণ কৰে মন্ত্ৰী হিচাপে
🔵 দিল্লীৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী হ’ল আতিশীমাৰ্লেনা