নাজিৰা ৰেল ষ্টেচনৰ সমিপত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; ড্ৰাগছসহ দুটা সৰবৰাহী আটক ।

নাজিৰা ৰেল ষ্টেচনৰ সমিপত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; ড্ৰাগছসহ দুটা সৰবৰাহী আটক ।

পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ছাজাদ আলি আৰু ৱাচিম আলি নামৰ ধৃত দুটাক আটক কৰে নাজিৰা আৰক্ষীয়ে।
দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ছাজাদ আলি আৰু ৱাচিম আলিয়ে। বিশেষ সুত্ৰ অনুসৰি নাজিৰাৰ মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভবেন দাসে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছসহ ছাজাদ আলিক আৰু ৱাচিম আলি ।
ছাজাদ আলিৰ ঘৰৰপৰা এটা কন্টেনাৰ আৰু ৰে’ল ষ্টেচনৰ দাঁতিৰ হাবিত লুকুৱাই থোৱা অৱস্থাত দুটা কন্টেনাৰ উদ্ধাৰ কৰে নাজিৰা আৰক্ষীয়ে।
বৰ্তমান আৰক্ষীৰ অভিযান অব্যাহত আছে ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

GTM Desk

Related