যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহ*ত্যা!

যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহ*ত্যা!

▶️দেৰগাঁও নাৰীকলগুৰিৰ নিবাসী সঞ্জীৱ বৰাৰ কন্যা প্ৰিয়ঙ্গনা বৰাৰ আত্মহত্যা।

▶️যোৱা নিশা যোৰহাট আটিলা গাঁৱৰ ভাড়া ঘৰত যোৰহাট আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰী প্ৰিয়ঙ্গনা বৰাই আত্ম হত্যা কৰাকলৈ দেৰগাঁৱত অঞ্চলজুৰি এক শোকৰ পৰিবেশ।

RELATED STORY

▶️বৰ্তমানলৈকে আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও তেওঁৰ পিতৃ আৰু মাতৃৰ ভাষ্য মতে ই এক প্ৰেম জনিত ঘটনাৰ পৰিণতি বুলি সন্দেহ কৰা হয়।

▶️প্ৰিয়ঙ্গনা বৰাৰ বাসগৃহত এক শুকাকূল পৰিবেশে বিৰাজ কৰে আৰু তেওঁৰ মৃত দেহ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পচমৰ্টেমৰ বাবে ৰখা হৈছে।
মৃত্যুৰ পূৰ্বে এখন চুইছাইড নোট লিখি থৈ যোৱাৰ কথাও কৈ পিতৃ মাতৃয়ে।

দেৰগাওঁৰ পৰা গৌৰী শংকৰ ভৰালী ৰিপোৰ্ট।

GTM Desk

Related