- নগাঁৱৰ বেবেজীয়াৰ নিচামুক্তি কেন্দ্ৰত বিবাহিত যুৱকৰ ৰহস্যজনক মৃত্যু
- মৃত যুৱকজন হৈছে নিজ ডিমৌৰ ভাস্কৰ ডেকা
- বেবেজীয়াৰ ‘ডিভাইন এৱেকেনিং ৱেলনেছ ছ’চাইটী’ নামৰ নিচামুক্তি কেন্দ্ৰত এই ঘটনা
- কেন্দ্ৰটোৰ বিৰুদ্ধে বেবেজীয়া আৰক্ষী চকীত এজাহাৰ দাখিল পত্নী বৰষা দেৱীৰ
- যোৱা ১১ জুনত নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক
- যুৱকজনৰ শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ পৰিয়ালৰ
- লোহাৰ সঁজুলিৰে আঘাত কৰাৰ অভিযোগ
- আৰোগ্যৰ নামত শাৰীৰিক অত্যাচাৰ চলোৱাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পৰিয়ালে।
নিচামুক্তি কেন্দ্ৰত বিবাহিত যুৱকৰ ৰহস্যজনক মৃত্যু