টীয়কত আজি দিনৰ ভাগত ধুমুহাৰ তাণ্ডৱ।

টীয়কত আজি দিনৰ ভাগত ধুমুহাৰ তাণ্ডৱ।

ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে টীয়কৰ বহু কেইখন গাঁও।

বিধ্বংসী ধুমুহাৰ ফলত স্তব্ধ হৈছে যাতায়ত ব্যৱস্থা।

ধুমুহাৰ ফলত বনাই, আমতল, চিন্তামনিগড়, ঔগুৰি আদি অঞ্চলৰ বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈছে।

টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ সহযোগত বিজুলী ব্যৱস্থা সুস্থিৰ কৰাৰ প্ৰয়াস কৰা হৈছে যদিও বৰ্তমান সময়লৈকে প্রায় কুৰিখন গাঁওৰ বিদ্যুৎ সংযোগ বন্ধ হৈ আছে।

GTM Desk