নগাঁৱৰ নতুন SP নৱনীত মহন্ত GTM Desk May 20, 2023 Assamese News লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰ। নগাঁৱৰ নতুন SP নৱনীত মহন্ত। নগাঁৱৰ SP লীনা দলে আৰু লখিমপুৰৰ SP বেদান্ত মাধৱ ৰাজখোৱাক তাতক্ষণিকভাৱে কৰা হৈছিল বদলি। হাইলাকান্দিলৈ বদলি লীনা দলেক। বেদান্ত ৰাজখোৱাক ক্ৰীড়া বিভাগৰ AIGৰ দায়িত্ব। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram