গোলাঘাটৰ পদুমণিত আৰক্ষীৰ গুলীচালনা, গাঞ্জা ব্যৱসায়ী ধৰিবলৈ শূন্যলৈ গুলীচালনা
🔶 নাজিৰ আলীৰ পৰা জব্দ ১.৫ কেজি গাঞ্জা
নাজিৰৰ জানপাৰৰ গৃহৰ পৰাও জব্দ ৩.৫ কেজি গাঞ্জা।
🔶 ইফালে আজি গোলাঘাট গুলাম পট্টিত আন এজন লোকৰ পৰা ২ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে।