এতিয়াৰে পৰা ডিজিটেলাইজ কৰিব লাগিব যান বাহনৰ সকলো নথি, অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ’ব বাহন
এতিয়াৰে পৰা ডিজিটেলাইজ কৰিব লাগিব যান বাহনৰ সকলো নথি, অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ’ব বাহন
প্ৰতিখন জিলা আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৱেবছাইটত অন্তৰ্ভুক্ত কৰক সকলো নথি। ১ আগষ্টৰ পৰা আপোনাৰ বাবে মুকলি কৰা হ’ব আবেদন প্ৰক্ৰিয়া। অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ’ব আপোনাৰ বাইক অথবা বাহনখন।