অসমৰ বজাৰত উপলব্ধ ৪৩ বিধ পাণমছলাতেই ভয়াৱহ ৰাসায়নিক মেগনেছিয়াম কাৰ্বনেট!
অসমৰ বজাৰত উপলব্ধ ৪৩ বিধ পাণমছলাতেই ভয়াৱহ ৰাসায়নিক মেগনেছিয়াম কাৰ্বনেট!
এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰলৈ। ৰাজ্যৰ স্বাস্থ্য বিভাগলৈও জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
উল্লেখ্য যে এই ৰাসায়নিক পদাৰ্থই কেন্সাৰ আৰু হৃদৰোগৰ সৃষ্টি কৰে। লক্ষণীয়ভাৱে ৰাজ্যত অব্যাহত আছে এইসমূহ পাণমছলাৰ উৎপাদন, মজুতকৰণ আৰু বিক্ৰী।