যৌতুক বিচাৰি পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ ৷ আৰক্ষী জোৱান ৰূপজ্যোতি হাজৰিকাৰ বিৰুদ্ধে অভিযোগ৷ ৰূপজ্যোতি দেৰগাঁৱৰ একাদশ অসম বেটেলিয়নত কৰ্মৰত৷ সুৰা পান কৰি পত্নীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ৷ Share this:FacebookTwitterWhatsAppMoreEmailLinkedInTelegram 2023-09-17