🔴নগাঁৱৰ কচুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ১২টা চাবোনৰ বাকচৰ পৰা জব্দ প্ৰায় ৪৭৯ গ্ৰাম হেৰ’ইন

🔴আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী

🔴কচুৱাৰ সোনাৰুগুৰিৰ পৰা আটক মহিলাগৰাকীক

🔴মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে