-ডিব্ৰুগড় বকুলৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটনাৰ মাৰ নৌযাওঁতেই আন এক ঘটনা সংঘটিত হৈছে বকুল বাইপাছতে।

-চলন্ত গাড়ীৰ পৰা পত্নীক ঠেলা মাৰি হত্যা চেষ্টা স্বামীৰ।

-ডিব্ৰুগড় বকুলৰ পৰা গুৱাহাটী অভিমূখে বাহনত গৈ থকা অৱস্থাতে পাখণ্ড স্বামী কৃষ্ণ কান্ত নাথে চলন্ত গাড়ীৰ পৰা গটিয়ালে পত্নী বৈশালী বৈশ্যক।

-তাৰ পাছতে বাহনখন দুর্ঘটনা ৰূপ দিয়ে কৃষ্ণ কান্ত নাথে।