তিনিচুকীয়াত আৰক্ষীৰ জালত ৪ টাকৈ দুৰ্ধৰ্ষ ডকাইত

তিনিচুকীয়াত আৰক্ষীৰ জালত ৪ টাকৈ দুৰ্ধৰ্ষ ডকাইত

তিনিচুকীয়াৰ কেইবাটাও স্থানত নিশা আৰক্ষীৰ অভিযান। আৰক্ষীৰ জালত ৪ টাকৈ দুৰ্ধৰ্ষ ডকাইত। বুধবাৰে পেঙেৰীত ডকাইতি কৰিছিল দলটোৱে। ছজনীয়া দলটোৰ ৪জনক আটক আৰক্ষীৰ। আটক বিজুল মৰাণ, ৰত্নেশ্বৰ বৰুৱা, সন্তোষ লামা। এটা হস্তনিৰ্মিত বন্দুক, এখন দা আৰু নগদ ধনো জব্দ। ডকাইতৰ দলটোৰ পৰা বহু আপত্তিজনক সামগ্ৰীও জব্দ আৰক্ষীৰ। পলাতক ২ ডকাইতৰ সন্ধানত অভিযান অব্যাহত।

GTM Desk

Related